--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • গাঁজাখিনি অৰুণাচল পাহাৰৰ পৰা আনি কহোঁৱা হাবিত লুকুৱাই ৰাখিছিল গাঁজা সৰবৰাহকাৰী জামুগুৰি গাঁৱৰ নাৱলা বসুমতাৰীয়ে।

ডিজিটেল ডেস্ক: ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ অভিযানত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ গাঁজা জব্দ। অভিযানত ১৭৪ কেজি নিষিদ্ধ গাঁজা জব্দ কৰে আৰক্ষীয়ে।


ৰৌতা আৰক্ষীৰ চক্ৰ পৰিদৰ্শক উৎপল শৰ্মা, ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হীৰকজ্যোতি দাস, এছ আই সুৰজিত হাজৰিকাৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে ধনশ্ৰীঘাটৰ জামুগুৰী অঞ্চলত গাঁজা বিচাৰি চলাইছিল জোৰদাৰ অভিযান। 


আৰক্ষীৰ উক্ত অভিযানত জামুগুৰি অঞ্চলৰ কহোঁৱা হাবিৰ মাজৰ পৰা ১৭৪ কিলোগ্ৰাম নিষিদ্ধ গাঁজা জব্দ কৰিবলৈ সক্ষম হয়।‌ গাঁজাখিনি অৰুণাচল পাহাৰৰ পৰা আনি কহোঁৱা হাবিত লুকুৱাই ৰাখিছিল গাঁজা সৰবৰাহকাৰী জামুগুৰি গাঁৱৰ নাৱলা বসুমতাৰীয়ে। 


পিছত ওৰাং আৰক্ষীয়ে গাঁজাসহ নাৱলা বসুমতাৰীক আটক কৰি নিশাই ওৰাং থানালৈ লৈ আনে। 


ওৰাং আৰক্ষীয়ে ১/২৬ নম্বৰত এটা কেচ ৰুজু কৰি তদন্ত চলাই আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন