--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ২,০২৫ জন শিক্ষাৰ্থীক জ্ঞান বিকাশ যোজনাৰ অধীনত জলপানি প্ৰদান কৰা হয় ।

ডিজিটেল ডেস্কঃ ডিব্ৰুগড়ত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ শুভ বৰুৱা শৈক্ষিক প্ৰতিভা আৰু জ্ঞান বিকাশ যোজনা ২০২৫ ৰ অধীনত জলপানি বিতৰণ।


ৰাজ্যখনৰ ৯ খন জিলাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰায় ২,১২৫ জন কৃতি শিক্ষাৰ্থীক শুভ বৰুৱা শৈক্ষিক বঁটা প্ৰদান কৰা হয়। আনহাতে দ্বিতীয় আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হোৱা ২,০২৫ জন শিক্ষাৰ্থীক জ্ঞান বিকাশ যোজনাৰ অধীনত জলপানি প্ৰদান কৰা হয় ।


চহৰখনৰ আউনিআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা জলপানি বিতৰণ অনুষ্ঠানত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য খনিন্দ্ৰ সোনোৱালে আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক পল্লৱী ডেকা বুজৰবৰুৱাই। 


এই কাৰ্যসূচীত ২ কোটিৰোধিক টকা কৃতিমান শিক্ষাৰ্থীলৈ প্ৰদান কৰা হয়। জলপানি বিতৰণ কাৰ্যসূচীত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে উপস্থিত থাকে টংকেশ্বৰ সোনোৱাল,স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য আৰু সাধাৰণ পাৰিষদসহ ডিব্ৰুগড়ৰ বহুকেগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলা সোণোৱাল কছাৰী জনগোষ্ঠীয় ছাত্ৰ-ছাত্ৰী সকলৰ লগতে সোনোৱাল জনগোষ্ঠীৰ ভালেসংখ্যক নাগৰিকে অংশগ্ৰহণ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন