--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নুনমাটি অভিমুখে ড্ৰাগছ বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক।

ডিজিটেল ডেস্ক: ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে মহানগৰ আৰক্ষীৰ। নুনমাটি আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ এটা সৰবৰাহকাৰী।


নুনমাটিৰ ট্ৰেফিক পইণ্টৰ সমীপৰ ভাড়াঘৰৰ পৰা আটক ড্ৰাগছ সৰবৰাহকাৰীটো।


ধৃত সৰবৰাহকাৰীটো হৈছে নুনমাটি নিজৰাপাৰাৰ মণি আলী ।


নুনমাটি অভিমুখে ড্ৰাগছ বিক্ৰী কৰিবলৈ লৈ যোৱাৰ সময়ত আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটোক।


আৰক্ষীয়ে যুৱক জনৰ পৰা ৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰত ৯.৭৫ গ্ৰাম হেৰইন জব্দ কৰাৰ লগতে কিছু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়।


জানিব পৰা মতে গান্ধীবস্তিৰ পৰা লৈ অহা হৈছিল ড্ৰাগছখিনি।


ধৃত মণি আলী হত্যাৰ গোচৰত অভিযুক্ত হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন