--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অন্ধ্র প্রদেশ আৰু তামিলনাডুৰ পাছত গুজৰাটত স্থাপন কৰা হ'ব দেশৰ তৃতীয়টো কৃত্রিম উপগ্রহ উৎক্ষেপণ কেন্দ্র।

ডিজিটেল ডেস্ক : ভাৰতে মহাকাশ খণ্ডত দ্রুতভাৱে ইয়াৰ উপস্থিতি সবল কৰিছে। শেহতীয়াকৈ গুজৰাটত এটা নতুন মহাকাশ গৱেষণা কেন্দ্ৰ হোৱাৰ সম্ভাৱনা আছে। 


গুজৰাট চৰকাৰে প্ৰকাশ কৰা তথ্য মতে, আৰব সাগৰৰ উপকূলীয় অঞ্চলত গিৰ সোমনাথৰ সমীপত এই কৃত্রিম উপগ্ৰহৰ উৎক্ষেপণ কেন্দ্ৰটোৰ প্ৰস্তাৱিত স্থান হিচাপে নির্বাচিত কৰা হৈছে। 


গুজৰাটৰ বিজ্ঞান-প্রযুক্তি বিভাগৰ মন্ত্ৰী অর্জুন মাধৱাচিয়াই গিৰ সোমনাথৰ সমীপত এই প্ৰস্তাৱিত ঠাইখনৰ কথা উল্লেখ কৰে। ডিউ আৰু কোডিনাৰৰ মাজৰ এই অঞ্চলটো ছেটেলাইট উৎক্ষেপণৰ কৌশলগত স্থান হিচাপে বিবেচনা কৰিছে গুজৰাট চৰকাৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ