--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই দুৰ্ঘটনাত প্ৰায় ১২গৰাকী শিক্ষাৰ্থী আহত হোৱা বুলি জানিব পৰা গৈছে এই ১২গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আছিল অসমৰ এগৰাকী মেডিকেল শিক্ষাৰ্থী। শিক্ষাৰ্থীগৰাকীৰ নাম ৰুক্মিণী বৰুৱা বুলি জানিব পৰা গৈছে

ডিজিটেল ডেস্ক : আজি আহমেদাবাদত সংঘটিত হয় এক ভয়ংকৰ বিমান দুৰ্ঘটনা। বিমানখনে এটা অট্টালিকাত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমানখনে যিটো অট্টালিকাত খুন্দা মাৰিছিল সেয়া আছিল আহমেদাবাদ মেডিকেল কলেজৰ এটা হোষ্টেল। দুৰ্ঘটনাটোৰ সময়ত কলেজৰ হোষ্টেলত বহু সংখ্যক শিক্ষাৰ্থী উপস্থিত আছিল। 


উল্লেখযোগ্য যে বিমানখনে পোনে পোনে গৈ খুন্দা মাৰিছিল প্ৰায় ১১ বছৰ পুৰণি অট্টালিকাটোত। এই দুৰ্ঘটনাত প্ৰায় ১২গৰাকী শিক্ষাৰ্থী আহত হোৱা বুলি জানিব পৰা গৈছে। 


এই ১২গৰাকী শিক্ষাৰ্থীৰ ভিতৰত আছিল অসমৰ এগৰাকী মেডিকেল শিক্ষাৰ্থী। শিক্ষাৰ্থীগৰাকীৰ নাম ৰুক্মিণী বৰুৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ছাত্ৰীগৰাকী আঘাতপ্ৰাপ্ত হোৱা নাই। ছাত্ৰীগৰাকীয়ে সদৰী কৰা মতে চকুৰ সন্মুখতে বিমানখনে অট্টালিকাটোত খুন্দা মাৰিছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক