--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এখন বিদ্যালয়ৰ অনুষ্ঠানত শিল্পীগৰাকীয়ে পৰিৱেশন কৰি আছিল এটা হিন্দু ধৰ্মীয় গান। ‘দেৱী চৌধুৰাণী’ নামৰ বোলছবিৰ ‘জাগো মা’ গানটো পৰিৱেশন কৰিছিল শিল্পীগৰাকীয়ে।

ডিজিটেল ডেস্কঃ পশ্চিমবংগত নিৰাপদ নহয় শিল্পী। শাসক দলৰ কৰ্মীৰ হাততে অপদস্থ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। লোকচক্ষুৰ সমুখত মঞ্চতে হাৰাশাস্তিৰ সম্মুখীন কণ্ঠশিল্পী লগ্নজিতা চক্ৰৱৰ্তী। 


এখন বিদ্যালয়ৰ অনুষ্ঠানত শিল্পীগৰাকীয়ে পৰিৱেশন কৰি আছিল এটা হিন্দু ধৰ্মীয় গান। ‘দেৱী চৌধুৰাণী’ নামৰ বোলছবিৰ ‘জাগো মা’ গানটো পৰিৱেশন কৰিছিল শিল্পীগৰাকীয়ে। গানটো পৰিৱেশনৰ সময়তে মঞ্চত উঠি শিল্পীগৰাকীক বাধা প্ৰদান কৰে এজন লোকে। মালিক নামৰ এজন TMC নেতাৰ বিৰুদ্ধে অভিযোগ আনিছে লগ্নজিতা চক্ৰৱৰ্তীয়ে। 


পূব মিদনাপুৰ জিলাত সংঘটিত হৈছে এই অভাৱনীয় ঘটনা। ঘটনাৰ পাছতে প্ৰাণৰ সংশয়ত দলসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে শিল্পীগৰাকীয়ে। তৃণমূল কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে উঠা এই অভিযোগৰ পাছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে শিল্পীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ