--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰখনত ইতিমধ্যে 'অৰেঞ্জ এলার্ট' জাৰি কৰা হৈছে। দিল্লীৰ প্রদূষণে চূড়ান্ত পর্যায়ত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিততে অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে।

ডিজিটেল ডেস্ক: শীতৰ প্রকোপ বৃদ্ধি পোৱাৰ লগে লগে দিল্লী, পঞ্জাব, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যত ঘন কুঁৱলীয়ে আৱৰি ধৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২৪ ডিচেম্বৰ পৰ্যন্ত পুৱা আৰু নিশাৰ ভাগত উত্তৰ ভাৰতত ঘন কুঁৱলীৰ আচ্ছাদন থাকিব।


শনিবাৰে পুৱাও দিল্লী, পঞ্জাব আৰু উত্তৰ প্ৰদেশকে ধৰি উত্তৰ ভাৰতৰ বিস্তীর্ণ অঞ্চলত ঘন কুঁৱলীয়ে যাতায়াতত ব্যাপক প্ৰভাৱ পেলায়। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি পঞ্জাবৰ বহু স্থান, পশ্চিম উত্তৰ প্ৰদেশ, পূব উত্তৰ প্ৰদেশ, হাৰিয়ানা, চণ্ডীগড়, দিল্লীত ঘন কুঁৱলীৰ ফলত দৃশ্যমানতা হ্রাস পাইছে। ইফালে দিল্লীৰ ৰাওতুলব, ৰাম মার্গ, অক্ষৰধাম, ভৈৰৱ মাৰ্গ আদিও ঘন কুঁৱলীয়ে আগুৰি ধৰিছে।


ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰখনত ইতিমধ্যে 'অৰেঞ্জ এলার্ট' জাৰি কৰা হৈছে। দিল্লীৰ প্রদূষণে চূড়ান্ত পর্যায়ত উপনীত হোৱাৰ পৰিপ্ৰেক্ষিততে অৰেঞ্জ এলার্ট জাৰি কৰা হৈছে। প্রায় ৭০০খন বিমানৰ উৰণত ব্যাঘাত জন্মিছে। শনিবাৰৰ দিনটোত দিল্লীত দৃশ্যমানতা হ্রাস পোৱাৰ ফলত দিল্লী অভিমুখী আৰু দিল্লীৰ পৰা যাব লগা মুঠ ১২৯খন বিমানৰ উৰণ বাতিল কৰা হয়। তদুপৰি ৫০খন ৰে'লৰ যাত্রাও বাতিল কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ