--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাহন খনত সন্দেহজনক হেৰ'ইন কঢ়িয়াই অনা তিনিজন যুৱক ক্ৰমে, সন্দীপ সিং, ৰবিন্দ্ৰ সিং আৰু অমৃত কৰ্মকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে l

ডিজিটেল ডেস্কঃ নিশা নাজিৰা সমজিলা আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি নামতি চাৰি আলিত তিনিটা ড্ৰাগ্‌চ সৰৱৰাহকাৰী সহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰে ৷


নাজিৰা সমজিলাৰ আৰক্ষী অধীক্ষক তুষাৰ দেশাইৰ সবল নেতৃত্বত নাজিৰা আৰু নামতি আৰক্ষীৰ সহযোগত আমগুৰি দিশৰ পৰা আহি থকা এখন "টয়টা গ্লেঞ্জা" বাহন নামতি চাৰি আলিত তালাচী চলোৱাত ধৰা পৰে বৃহৎ পৰিমাণৰ হেৰ'ইন সহ তিনিটা ড্ৰাগ্‌চ সৰৱৰাহকাৰী । জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS 03 AK 2942 । 'টয়টা গ্লেঞ্জা' বাহনখনৰ গোপন স্থানত লুকুৱাই আনিছিল ১৯টা কন্টেনাৰত হেৰ'ইনখিনি ৷


বাহন খনত সন্দেহজনক হেৰ'ইন কঢ়িয়াই অনা তিনিজন যুৱক ক্ৰমে, সন্দীপ সিং, ৰবিন্দ্ৰ সিং আৰু অমৃত কৰ্মকাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে l আৰক্ষীয়ে যুৱক কেইজনৰ পৰা নগদ ধন আৰু তিনিটাকৈ মোবাইল জব্দ কৰে । ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত নামতি আৰক্ষী থানাত গোচৰ পঞ্জীয়ন হৈছে বুলি জানিব পৰা গৈছে ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন