--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ধৃত ইনামূল মিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ সোন ৰূপৰ আ-অলংকাৰ, নগদ ধন, ড্ৰাগছসহ প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্রী উদ্ধাৰ কৰে ।

ডিজিটেল ডেস্কঃ বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণ চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ কৰে চোৰটোক । ধৃত চোৰটো উত্তৰ বৰপেটাৰোডৰ আজাদ নগৰৰ আয়ান আলীৰ পুত্ৰ ইনামূল মিয়া ।


ধৃত ইনামূল মিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই লক্ষাধিক টকাৰ সোন ৰূপৰ আ-অলংকাৰ, নগদ ধন, ড্ৰাগছসহ প্ৰায় দুই লক্ষাধিক টকাৰ সামগ্রী উদ্ধাৰ কৰে । 


উদ্ধাৰ কৰা সামগ্ৰী সমূহৰ ভিতৰত আছে ২০০ গ্ৰাম ৰূপ ১৫ গ্ৰাম সোন, ১৬খনকৈ কাঁহৰ কাঁহীৰ লগতে বিভিন্ন বাচন বৰ্তন, বৈদ্যুতিক তামৰ তাঁৰ আদি। 


আনহাতে চোৰটোৰ পৰা ১৩গ্ৰাম ড্ৰাগছ আৰু নগদ ৪০ হাজাৰ টকাও উদ্ধাৰ কৰে আৰক্ষীয়ে । বৰপেটাৰোডত চুৰিকাণ্ডৰে আতমকৰ সৃষ্টি কৰা চোৰৰ গেংটোক সমুলি উৎখাট কৰিবলৈ ৰাইজে দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন