--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত কৃষকসকলৰ উৎপাদন ব্যয় বৃদ্ধি পোৱাত আৰু ইউৰোপিয়ান ইউনিয়নৰ লগত দেশখনে কৰা বাণিজ্য চুক্তিৰ বিৰোধিতা কৰি কৃষকসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে।

ডিজিটেল ডেস্ক : সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে এইবাৰ গ্ৰীচত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ কৃষক। ক্ষুব্ধ প্রতিবাদী কৃষকসকলে বৃহস্পতিবাৰৰ পৰা দেশখনৰ সকলো প্রধান ঘাইপথ, জংচন আৰু টোল ষ্টেছনত ৪৮ ঘণ্টীয়া অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে।


সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত কৃষকসকলৰ উৎপাদন ব্যয় বৃদ্ধি পোৱাত আৰু ইউৰোপিয়ান ইউনিয়নৰ লগত দেশখনে কৰা বাণিজ্য চুক্তিৰ বিৰোধিতা কৰি কৃষকসকলে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে। 


বৰ্তমানলৈকে আৰক্ষীয়ে প্রতিবাদী কৃষকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা নাই, যদিও দেশখনৰ চৰকাৰে দীঘলীয়া অৱৰোধ কাৰ্যসূচী অধিক সহ্য কৰা নহ'ব বুলি প্রতিবাদকাৰীসকলক সকীয়াই দিছে। 


প্রতিবাদী কৃষকসকলে মূল ঘাইপথসমূহত শাৰী শাৰীকৈ ট্ৰেক্টৰ ৰখাই পথ আৱৰোধ কৰি ৰাখিছে। যাৰ ফলত সমগ্র দেশজুৰি তীব্র যান-জঁটৰ সৃষ্টি হৈছে। আৰক্ষীয়ে যান-বাহনৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিছে যদিও সকলো স্থানতে সেয়া সম্ভৱ হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ