--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভকত চাপৰিৰ গৰু খুঁটি ,শালমৰাত এতিয়াও ভয়াবহ খহনীয়া আভ্যহত আছে । খৰালি নদী তীব্র খহনীয়া অব্যাহত থকাৰ বাবে শালমৰাত দুদিনীয়া কৈ অনুষ্ঠিত কৰিছে ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠান।

ডিজিটেল ডেস্কঃ মাজুলী পৃথিৱীৰ বৃহত্তৰ নদীদ্বীপ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰাণ কেন্দ্ৰ। পৃথিৱীৰ বৃহত্তৰ নদী দ্বীপটো খহনীয়া কবলত পাৰি সংকুচিত হৈ আহিছে ইয়াৰ মূল ভূখণ্ড ।


প্ৰতি বছৰে নদীৰ বুকুত বিলীন হৈছে ঘৰ-বাৰী কৃষি ভূমি। গৃহহীন-ভূমিহীন হৈছে বহু পৰিয়াল ।ব্ৰহ্মপুত্ৰ ব'ৰ্ডে শ শ কোটি টকাৰে সুৰক্ষাৰ কাম কৰি আছে যদিও মাজুলীৰ মূল ভূ খণ্ড এটুকুৰা ভূমি সুৰক্ষা দিব পৰা নাই । 


ভকত চাপৰিৰ গৰু খুঁটি ,শালমৰাত এতিয়াও ভয়াবহ খহনীয়া আভ্যহত আছে । খৰালি নদী তীব্র খহনীয়া অব্যাহত থকাৰ বাবে শালমৰাত দুদিনীয়া কৈ অনুষ্ঠিত কৰিছে ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠান। 


নদীৰ পাৰত নাম প্ৰসংগ কৰি ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰাৰ চেষ্টা শালমৰা বাসীৰ। পূজা সেৱা আগবঢ়াইছে খহনীয়া গ্ৰস্ত ৰাইজে। সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগোপাল দেৱ গোস্বামীয়ে পূজা হোম যজ্ঞ কৰি ভোগ দিয়ে ব্ৰহ্মপুত্ৰক।


লোক বিশ্বাস অনুসৰি দক্ষিণপাট সত্ৰৰ ভুৱন মোহন বিগ্ৰহ নদীৰ পাৰত ভোগ দিলে ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ হয় এই বিশ্বাস অনুসৰি শালমৰা খহনীয়া প্ৰতিৰোধ বাবেই এই অনুষ্ঠান। গায়ন বায়ন আয়তীৰ ওৰুলি শংখ ধব্বনী নৈ পাৰত প্ৰতিষ্ঠা হ'ল ভুৱন মোহনৰ বিগ্ৰহ।


ৰাইজৰ ভৰসা এতিয়া নেদেখা জনৰ ওপৰত। বিজ্ঞান প্ৰযুক্তিৰ দ্বাৰা মাজুলীৰ সুৰক্ষা সম্ভৱ নোহোৱাত নেদেখা জনেই শেষ ভৰসা নৈ পৰিয়া ৰাইজৰ ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন