--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনে ২৩ সংখ্যক ভাৰত-ৰাছিয়া শীর্ষ সন্মিলনত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে প্ৰতি বছৰে দুয়োখন দেশে সলনাসলনিকৈ এই শীর্ষ সন্মিলনৰ আয়োজন কৰে।

ডিজিটেল ডেস্ক : ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে অহা চাৰি ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচী লৈ ভাৰত ভ্ৰমণ কৰিব। ২০২২ চনত আৰম্ভ হোৱা ইউক্রেইন যুদ্ধৰ পাছত পুটিনৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। 


ৰাছিয়াৰ ৰাষ্ট্ৰপতিজনে ২৩ সংখ্যক ভাৰত-ৰাছিয়া শীর্ষ সন্মিলনত অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে প্ৰতি বছৰে দুয়োখন দেশে সলনাসলনিকৈ এই শীর্ষ সন্মিলনৰ আয়োজন কৰে। শীর্ষ সন্মিলনৰ সময়ত পুটিনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। 


দুয়োখন দেশৰ মাজত হোৱা আলোচনাৰ সময়ত খাৰুৱা তেল ক্ৰয়ৰ চুক্তিৰ লগতে এছ-৪০০ ক্ষেপণাস্ত্র প্রণালী ক্রয়, মুক্ত বাণিজ্য চুক্তিৰ দৰে বিষয়ে স্থান পোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে পুটিনৰ সন্মানার্থে নৈশ ভোেজৰ আয়োজন কৰিব। ৰাষ্ট্ৰপতি মুর্মুৱে ৰাষ্ট্ৰপতি ভৱনত পুটিনক আদৰণি জনাব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ