--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • ৭৬ বছৰৰ অসমৰ ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট মেচ। ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব এই মেচখন।

ডিজিটেল ডেস্ক : ৭৬ বছৰৰ অসমৰ ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ'ব টেষ্ট মেচ। ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব এই মেচখন। এই মেচখনে অসমৰ ক্ৰিকেটাৰক যথেষ্ট উৎসাহিত কৰিব। 


২২ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ পূৰ্বে কালি বর্ষাপাৰাৰ এ চি এ স্টেডিয়ামত আয়োজিত এখন সংবাদমেলযোগে এই কথা সদৰী কৰে বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই। 


ভাৰত-দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয়খন মেচৰ বাবে প্রস্তুতি সম্পূর্ণ হোৱা বুলি উল্লেখ কৰি শইকীয়াই অসমৰ বাবে ঐতিহাসিক বিৱেচিত মেচখন ২২ নৱেম্বৰৰ পুৱা ৯ বজাত আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। 


ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হ'বলগীয়া মেচখনৰ বাবে স্টেডিয়ামৰ গে'ট মুকলি হ'ব পুৱা সাত বজাত। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ বিষয়টো হ'ল- আমি প্রথমবাৰৰ বাবে টেষ্ট মেচ আয়োজনৰ সুযোগ লাভ কৰিছোঁ, সেইটো সম্ভৱ হৈছে আই চি চিৰ অধ্যক্ষ জয় শ্বাহৰ সদিচ্ছা তথা বদান্যতাৰ বাবে। গতিকে এই সুযোগতে শ্বাহক আন্তৰিক ধন্যবাদ জনাইছোঁ, শইকীয়াই লগতে কয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement