--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • উক্ত গ্ৰন্থখন এক ঐতিহাসিক তথ্যৰ দস্তাবেজ- বুলি উক্ত সভাতে জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে লেখক বৰুৱাৰ এই গ্ৰন্থখনে অনায়াসে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশাব্যঞ্জক বক্তব্য আগবঢ়ায়৷

ডিজিটেল ডেস্কঃ শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি দৰঙৰ সন্তান, লেখক মলয় বৰুৱাৰ ‘শ্বহীদ প্ৰণামো তোমাক’ গ্ৰন্থখন প্ৰাক্তন ছাত্ৰ নেতা, অসম আন্দোলনৰ সৈনিক তথা জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে বেভাৰঘাটস্থিত কবীড় ফিল্ম এণ্ড ষ্টুডিঅ’ত উন্মোচন কৰে। 


উক্ত গাম্ভীৰ্যপূৰ্ণ উন্মোচনী সভাত উপস্থিত থাকে ‘দৰং জিলা সাহিত্য সভা’ৰ সাধাৰণ সম্পাদক, বিশিষ্ট অভিনেতা, কথাশিল্পী মৃণাল কুমাৰ ৰাজবংশী, জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ধীৰাজ বৰা, শিক্ষক হৰিশ ডেকা, সাংবাদিক লক্ষীনাথ নৰহ, শিশু শিল্পী মহাৰ্ণৱ শংকৰ বৰুৱা, আৰাধ্যা দত্ত বৰাকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা উক্ত সভাত উন্মোচক ভাৰ্গৱ কুমাৰ দাসে গ্ৰন্থখনৰ সামগ্ৰিক পটভূমিৰ বিশ্লেষণ কৰি অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, খাদ্য আন্দোলন আৰু ‘পথৰুঘাটৰ কৃষক বিদ্ৰোহ’ৰ বিৱৰণেৰে লেখক মলয় বৰুৱা আৰু গুৱাহাটীৰ ভাষা প্ৰকাশনে গ্ৰন্থখন সুন্দৰকৈ প্ৰস্তুত কৰি ৰাইজৰ মাজলৈ উলিয়াই দিয়া বাবে ধন্যবাদ জ্ঞাপন কৰে৷ 


উক্ত গ্ৰন্থখন এক ঐতিহাসিক তথ্যৰ দস্তাবেজ- বুলি উক্ত সভাতে জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ ৰাজবংশীয়ে লেখক বৰুৱাৰ এই গ্ৰন্থখনে অনায়াসে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আশাব্যঞ্জক বক্তব্য আগবঢ়ায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন