--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই চৰাইৰ প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ অনুসূচী-১-ৰ অধীনত পৰে বুলি বন বিভাগে জানিবলৈ দিয়ে।

ডিজিটেল ডেস্কঃ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত ভোলাকাটা বিলত চৰাই চিকাৰৰ বাবে অহা ৫ জন চিকাৰীক আটক কৰে বন বিভাগে ।


ভোলাকাটা বিলত দুষ্প্ৰাপ্য চৰাই ধৰিবলৈ জাল পতাৰ খবৰৰ ভিত্তিত বিশ্বনাথ ঘাটৰ চেন্ট্ৰেল ৰেঞ্জ আৰু পানীভৰালৰ অপৰাধ অনুসন্ধান ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ঘটনাস্থলীত ৫ জন ব্যক্তিক হাতে-লোটে আটক কৰে । 


তেওঁলোকৰ পৰা এটা জীৱন্ত 'কটন পিগমি গুজ' নামৰ দুষ্প্ৰাপ্য চৰাই, এটা মাছ মৰা জাল, ২ টা মোবাইল ফোন, ১ টা টৰ্চ লাইট আৰু ২ টা মোনা জব্দ কৰে বন বিভাগে । এই চৰাইৰ প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২-ৰ অনুসূচী-১-ৰ অধীনত পৰে বুলি বন বিভাগে জানিবলৈ দিয়ে। 


উক্ত চৰাইটো আফগানিস্তানৰ পৰা অহা পৰিভ্ৰমী চৰাই। আটকাধীন ৫ জন ব্যক্তি ক্ৰমে, ছাইফুল ইছলাম, আনোৱাৰ হুছেইন, তামছাৰ আলী, আবুল হুছেইন, ফকীৰ আলী ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন