--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তদন্তৰ নেতৃত্ব লৈছে এয়াৰক্রাফ্ট এক্সিডেন্ট ইনভেষ্টিগেশ্যন ব্যুৰ'ই (এ এ আই বি)

ডিজিটেল ডেস্কঃ আহমেদাবাদত দুর্ঘটনাগ্ৰত হোৱা এয়াৰ ইণ্ডিয়া ৭৮৭ড্রীমলাইনাৰ বিমানখনৰ দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্তৰ নেতৃত্ব লৈছে এয়াৰক্রাফ্ট এক্সিডেন্ট ইনভেষ্টিগেশ্যন ব্যুৰ'ই (এ এ আই বি)।


এ এ আই বিক সহযোগিতা কৰিছে বিমানখনৰ নিৰ্মাতা কোম্পানী ব'য়িং আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা পৰিষদে (এন টি এছ বি) দুর্ঘটনাগ্রস্ত বিমানখনৰ পৰা ইতিমধ্যে উদ্ধাৰ কৰা ব্লেক বক্সৰ আধাৰত তথ্য উদ্ধাৰ কৰাৰ বাবে তদন্ত আৰম্ভ কৰিছে তিনিওটা সংস্থাই।


 যদি প্রয়োজন হয় তেনেহ'লে তদন্তকাৰী সংস্থাই তদন্তৰ অন্তৱতী প্রতিবেদন দাখিল কৰিব পাৰে অথবা বিশ্লেষণৰ বাবে ব্লেক বক্স দুটাক বিদেশলৈও পঠিয়াব পাৰে। কিন্তু এই সন্দৰ্ভত মূল তদন্তকাৰী সংস্থা এ এ আই বিয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই। এয়াৰ ইণ্ডিয়া ১৭১ বিমানখন দুর্ঘটনাগ্রস্ত হোৱাৰ কাৰণ সন্দৰ্ভত কৰা তদন্ত কমেও এবছৰ ধৰি চলাৰ সম্ভাৱনা আছে।


আনহাতে, কেন্দ্রীয় চৰকাৰে গঠন কৰা এখন উচ্চক্তৰীয় সমিতিয়েও এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত পৰীক্ষা কৰিবলৈ তদন্ত আৰম্ভ কৰিছে। এই উচ্চস্তৰীয় সমিতিখনে তিনি মাহৰ ভিতৰত তদন্তৰ প্রতিবেদন প্রকাশ কৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ