--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। অৱশ্যে ৱেবকাষ্টিং ডাটা আয়োগে অভ্যন্তৰীণ হিচাপে ব্যৱহাৰ কৰিব আৰু ইয়াক ৰাজহুৱা নকৰে

ডিজিটেল ডেস্ক : নির্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ বাবে নিৰীক্ষণ বৃদ্ধি কৰাৰ পদক্ষেপ আৰম্ভ কৰিছে। ইয়াৰ অধীনত দেশৰ সকলো ভোট গ্রহণ কেন্দ্ৰৰ ৱেবকাষ্টিং কৰিব নির্বাচন আয়োগে।


বিহাৰ বিধানসভাৰ নিৰ্বাচনৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব। অৱশ্যে ৱেবকাষ্টিং ডাটা আয়োগে অভ্যন্তৰীণ হিচাপে ব্যৱহাৰ কৰিব আৰু ইয়াক ৰাজহুৱা নকৰে। বৰ্তমান ৫০% ভোট গ্রহণ কেন্দ্রতহে ৱেবকাষ্টিং কৰা হয়। যিবিলাক অঞ্চলত ইণ্টাৰনেটৰ সুবিধা আছে সেইবিলাকতহে ৱেবকাষ্টিং কৰা হ'ব।


বাকী ভোটগ্রহণ কেন্দ্ৰবোৰত ভিডিঅ'গ্রাফিক্স, ফটোগ্রাফীৰ দৰে বিকল্পৰ ব্যৱস্থা থাকিব। আয়োগে প্রদেশ, জিলা আৰু বিধানসভা সমষ্টি পর্যায়ত ৱেবকাষ্টিং মনিটৰিং নিয়ন্ত্রণ কক্ষ স্থাপন কৰিব। ইয়াক তদাৰক তথা নিৰীক্ষণ কৰাৰ বাবে আয়োগে নডেল বিষয়া নিযুক্ত কৰিব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি