--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কৰ'নাৰ সংক্রমণ সামান্যতম হ্রাস পালেও যোৱা ২৪ ঘণ্টাত কভিডত আক্রান্ত হৈ দেশত মৃত্যু হৈছে ১১গৰাকী লোকৰ

ডিজিটেল ডেস্ক : ভাৰতত সক্রিয় কভিড ৰোগীৰ সংখ্যা সামান্য হ্রাস পাইছে। কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে প্রকাশ কৰা তথ্য মতে শনিবাৰে সক্রিয় কভিড ৰোগীৰ সংখ্যা ৭,৩৮৩ গৰাকী থকাৰ বিপৰীতে দেওবাৰে দেশত সক্রিয় কভিড ৰোগীৰ সংখ্যা আছিল ৭,২৬৪ গৰাকী।


কৰ'নাৰ সংক্রমণ সামান্যতম হ্রাস পালেও যোৱা ২৪ ঘণ্টাত কভিডত আক্রান্ত হৈ দেশত মৃত্যু হৈছে ১১গৰাকী লোকৰ। মৃত্যু হোৱা সকলৰ অধিকাংশই হৈছে পূর্বেই স্বাস্থ্যৰ অৱস্থা বেয়া থকা বয়সস্থ লোক। মৃত্যু হোৱা সকলৰ ভিতৰত আছে মধ্য প্রদেশ, দিল্লী তথা ছত্তিশগড়ৰ এজনকৈ লোক।


অবিৰতভাৱেই কেৰালাত কৰ'নাত সংক্রমিত লোকৰ সংখ্যা দেশৰ ভিতৰত সৰ্বাধিক (১,৯২০)। ইয়াৰ পাছতে আছে গুজৰাট (১,৪৩৩) আৰু মহাৰাষ্ট্র (৫৪০)। অৱশ্যে কৰ'নাৰ সংক্রমণ হ্রাস পাইছে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ