--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২৪ ঘণ্টাৰ বাবে কোনো বাহন পার্কিং স্থানত বাখিলে জনসাধাৰণে ২৪০০ টকা পর্যন্ত আদায় দিব লগা হৈছিল। প্রতি ঘন্টাত ১০০ টকাকৈ পার্কিং মাচুল আদায় কৰা হৈছিল।

ডিজিটেল ডেস্ক : ২৪ ঘণ্টাৰ বাবে পার্কিং মাচুল ২৪০০ টকা। উত্তৰ-পূব ৰে'লৱেৰ অধীনৰ বাৰাণসী ৰে'লৱে ষ্টেছনৰ কাৰ পার্কিং স্থানত চাইকেল, দুচকীয়া বাহন আৰু কাৰ পাৰ্কিঙৰ বাবে লোৱা বর্ধিত মাচুলে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


ইয়াৰ পাছতে কর্তৃপক্ষই এই বিষয়ত অনুসন্ধান চলাবলৈ বাধ্য হয়। ৰে'ল ষ্টেছনটোৰ প্ৰথম আৰু দ্বিতীয় প্রবেশ পথৰ গেটত থকা পার্কিং স্থানসমূহত পার্কিং ঠিকাদাৰসমূহে কর্তৃপক্ষৰ অগোচৰে অত্যধিক পৰিমাণৰ পার্কিং মাচুল আদায় কৰি আছিল।


২৪ ঘণ্টাৰ বাবে কোনো বাহন পার্কিং স্থানত বাখিলে জনসাধাৰণে ২৪০০ টকা পর্যন্ত আদায় দিব লগা হৈছিল। প্রতি ঘন্টাত ১০০ টকাকৈ পার্কিং মাচুল আদায় কৰা হৈছিল।


এখন চাইকেল পার্কিং ষ্টেণ্ডত ২৪ ঘণ্টাৰ বাবে ৰাখিলে ১২০০ টকাৰ মাচুল দিব লগা হৈছিল।


ইয়াকে লৈ তীব্র প্রতিক্রিয়া হোৱাৰ পাছত এতিয়া চৰকাৰী কর্তৃপক্ষই আনুষ্ঠানিকভাৱে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক