--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আলোপতি-খাটিয়ামাৰী বজাৰৰ গাতে লাগি থকা সূঁতি নদীৰ ওপৰত থকা কাঠৰ দলংখন বিধ্বস্ত হৈ পৰাত বিপজ্জনক হৈছে যাতায়াত ব্যৱস্থা।

ডিজিটেল ডেস্ক: এখন জৰাজীৰ্ণ কাঠৰ দলঙে জ্বলাকলা খুৱাইছে অঞ্চলবাসী ৰাইজক। বৰপেটা জিলাৰ নৱগঠিত চেঙাৰ সমষ্টিৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আঁচনিৰ অধীনত কালাইৰদিয়াৰ পৰা সুখোৱাৰঝাৰ সংযোগী পথৰ আলোপতি-খাটিয়ামাৰী বজাৰৰ গাতে লাগি থকা কাঠৰ দলংখন সুদীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ পৰাত ৰাইজৰ যাতায়াতৰ বাবে ভয়াবহ বিপদ আৰু সমস্যাৰ সৃষ্টি হৈছে।


আলোপতি-খাটিয়ামাৰী বজাৰৰ গাতে লাগি থকা সূঁতি নদীৰ ওপৰত থকা কাঠৰ দলংখন বিধ্বস্ত হৈ পৰাত বিপজ্জনক হৈছে যাতায়াত ব্যৱস্থা। দলংখনেৰে কোনোমতে বাইক চলে যদিও চাৰিচকীয়া যান-বাহন চলাচলত অসুবিধাৰ সন্মুখীন হৈছে।


জৰাজীৰ্ণ দলংখন মেৰামতি আৰু পুনঃনিৰ্মাণ নকৰাৰ বাবেই যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিবলগীয়া হৈছে কেইবাখন গাঁৱৰ ৰাইজে। শীঘ্ৰে জৰাজীৰ্ণ দলংখন মেৰামতি কৰাৰ লগতে উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰিবলৈ স্থানীয় ৰাইজে লোক নিৰ্মাণ বিভাগৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন