--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটক সকলে ঢেঁকীয়াপতীয়া বাঘ, ব্লেক পেন্থাৰ আদিৰ বিচৰণ নিচেই কাষৰ পৰাই প্ৰত্যক্ষ কৰি আনন্দত অত্মহাৰা হৈ পৰিছে।

ডিজিটেল ডেস্কঃ বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা। মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰিবলৈ অহা পৰ্যটক সকলে সঘনাই বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰা পৰিলক্ষিত হৈছে । 


মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটক সকলে ঢেঁকীয়াপতীয়া বাঘ, ব্লেক পেন্থাৰ আদিৰ বিচৰণ নিচেই কাষৰ পৰাই প্ৰত্যক্ষ কৰি আনন্দত অত্মহাৰা হৈ পৰিছে। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতেই মানাহৰ প্ৰকৃতিপ্ৰেমী সকলৰ লগতে মানাহলৈ অহা পৰ্যটকসকল উৎফুল্লিত হৈ পৰিছে। ইফালে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ লগতে অন্য জীৱ জন্তুৰ সংখ্যাও বৃদ্ধি পাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ