--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস এক স্মৰণীয় অনুষ্ঠান ৷ এই দিৱসৰ জৰিয়তে সাধাৰণ লোকসকলে দেশৰ বৰ্তমান আৰু প্ৰবীণ সামৰিক কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা আৰু প্ৰশংসা প্ৰকাশ কৰে আৰু দেশৰ সেৱাত নিয়োজিত অৱস্থাত মৃত্যু হোৱা সৈনিকসকলক স্বীকৃতি প্ৰদান কৰে ৷

ডিজিটেল ডেস্কঃ আজিৰ দিনটোত সমগ্ৰ দেশতে তিনিওটা সুৰক্ষা সেৱাক প্ৰতিনিধিত্ব কৰা ৰঙা, গভীৰ নীলা আৰু পাতল নীলা ৰঙৰ সৰু পতাকা আৰু বাহনৰ চিহ্ন থকা পতাকা আগবঢ়োৱা দানৰ বিনিময়ত বিতৰণ কৰা হয় ৷


সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস এক স্মৰণীয় অনুষ্ঠান ৷ এই দিৱসৰ জৰিয়তে সাধাৰণ লোকসকলে দেশৰ বৰ্তমান আৰু প্ৰবীণ সামৰিক কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞতা আৰু প্ৰশংসা প্ৰকাশ কৰে আৰু দেশৰ সেৱাত নিয়োজিত অৱস্থাত মৃত্যু হোৱা সৈনিকসকলক স্বীকৃতি প্ৰদান কৰে ৷


পতাকা দিৱস পালন কৰাৰ মূল উদ্দেশ্য হৈছে যুদ্ধত হতাহতসকলৰ পুনৰ্সংস্থাপন, সেৱা আগবঢ়োৱা কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ কল্যাণ, প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ পুনৰ্সংস্থাপন আৰু কল্যাণ সাধন কৰা ৷ 


ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখা ক্ৰমে ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা আৰু নৌ সেনাই দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ কৰ্মচাৰীসকলৰ প্ৰচেষ্টা সাধাৰণ ৰাইজৰ মাজত প্ৰদৰ্শন কৰিবলৈ বিভিন্ন অনুষ্ঠান, কাৰ্ণিভেল, নাটক আৰু অন্যান্য মনোৰঞ্জন কাৰ্যসূচীৰ ব্যৱস্থা কৰা হয় ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ