--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এখন সুৰক্ষিত অসমৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টী সদায়েই মিঞাৰ বিপক্ষে থাকিব বুলি দৃঢ়তাৰে মন্তব্য কৰে।

ডিজিটেল ডেস্কঃ অসম আন্দোলনৰ পটভুমি দৰঙৰ ছিপাঝাৰত আজি ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় "শ্বহীদ প্ৰণামো "শীৰ্ষক শ্বহীদ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। 


অসম আন্দোলনৰ অমৰ শ্বহীদসকলৰ আত্মবলিদানৰ স্মৃতিচাৰণ কৰাৰ উদ্দেশ্য ছিপাঝাৰত যূৱ মৰ্চাই কেন্দ্ৰীয়ভাবে আয়োজন কৰিছে এই অনুষ্ঠানৰ।অনুষ্ঠানত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শ‌ইকীয়াই শ্বহীদ সকলৰ ত্যাগ জাতীয় জীৱনৰ বাবে সদায় স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে।


এখন সুৰক্ষিত অসমৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টী সদায়েই মিঞাৰ বিপক্ষে থাকিব বুলি দৃঢ়তাৰে মন্তব্য কৰে।উল্লেখ যোগ্য যে দৰঙৰ ৬৩গৰাকী শ্বহীদ পৰিয়ালক আজিৰ অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়।যূৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস,ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, বিধায়ক ডিপ্লুৰঞ্জন শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।উল্লেখ যোগ্য চৰকাৰে ১০ডিচেম্বৰত গুৱাহাটীত শ্বহীদ দিবস অনুষ্ঠিত কৰিছে আৰু আজিৰে পৰা যূৱ মৰ্চাৰ সদস্য সকলে ৰাজ্যজুৰি ঘৰে ঘৰে গৈ শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন