--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আল্লু অৰ্জুন অভিনীত তেলেগু ছবি ‘পুষ্পা’ৰ ‘উ অন্থাভা’ গীতটোত সামন্ত ৰুথ প্ৰভুৰ নৃত্যই আজিও অনুৰাগীৰ হৃদয় থৰক-বৰক কৰি তুলিছে। আল্লু অৰ্জুনৰ ‘পুষ্পা: দ্য ৰাইজ’ৰ সফলতাত ‘উ অন্থাভা’ গীতটোৱে মুখ্য ভূমিকা পালন কৰিছিল। কেৱল গীতৰ কথা বা সুৰেই নহয়, দক্ষিণৰ অভিনেত্ৰী সামান্থাৰ নৃত্যৰ খোজবোৰ এতিয়াও চৰ্চিত হৈ আছে। ২০২২ চনত মুক্তি পোৱা এই ছবিখনৰ গানটোৰে নিৰ্মাণ কৰা ইনষ্টাগ্ৰাম ৰিল ভিডিঅ’ৰ জনপ্ৰিয়তা এতিয়াও কমি যোৱা নাই।

সামান্থাই আগতে কেতিয়াও আইটেম গীতত নচা নাছিল। প্ৰথমবাৰৰ বাবে পুষ্পাত নাচিছিল। ইয়াৰ পিছত কোনো ছবিত নৃত্য নকৰে বুলিও কয় সামান্থাই। কিন্তু কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে তেওঁক চিনাকি কৰাই দিয়া গানত নাচি থাকোঁতে তেওঁৰ ভৰি দুখন কঁপি উঠিছিল।

এটা সাক্ষাৎকাৰত সামন্তই কয় যে, "উ অন্তাভা গীতৰ শ্বুটিংৰ প্ৰথম দিনাই মোৰ ভৰি দুখন কঁপিছিল। কাৰণ মই কেতিয়াও নিজকে আকৰ্ষণীয় বুলি ভবা নাছিলো। যোৱা কেইবছৰমানৰ পৰা এজন ব্যক্তি হিচাপে আৰু অভিনেতা হিচাপে মই বহুত পৰিপক্ক হৈছো। ইচ্ছাকৃতভাৱে নিজকে অস্বস্তিত পেলোৱা যেন লাগিল।'' 

এটা সময়ত সামন্থাই অনুৰাগীৰ অনুৰোধত বিৰক্ত হৈ পুনৰ ‘উ অন্তাভা’ গীতটোত নাচিব নোৱাৰিব বুলি ঘোষণা কৰিছিল। আনকি, ‘পুষ্পা ২’ ছবিখনৰ আইটেম ছংৰ প্ৰস্তাৱ নাকচ কৰিছে অভিনেত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ