--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ (Amitabh Bachchan) পৰিয়ালত বৈছে আনন্দৰ বন্যা। বচ্চন পৰিয়ালৰ সকলোৰে মুখে মুখে এতিয়া বিয়পিছে মাঁথো হাঁহি। এই আনন্দৰ কাৰণ হ'ল তেওঁলোকৰ পৰিয়াললৈ আগমন ঘটিছে এজন নতুন সদস্যৰ। 


এই নতুন সদস্যক লৈ বেছিকৈ উৎফুল্লিত হৈ পৰিছে অভিষেক-ঐশ্বৰ্যৰ কন্যা তথা অমিতাভ-জয়াৰ নাতিনী আৰাধ্যা। আৰাধ্যা আনন্দিত হোৱাৰ কাৰণ হ'ল তেওঁ লাভ কৰিলে এজন ভায়েক। পাছে আমি আপোনাক জনাওঁ যে এই সন্তানৰ মাতৃ কোনো প্ৰকাৰে ঐশ্বৰ্য ৰায় নহয়। 

অমিতাভ বচ্চনৰ ভাতৃ অজিতাভ বচ্চনৰ কন্যা নেইনাই জন্ম দিলে এটি পুত্ৰ সন্তান। অমিতাভে নেইনাক নিজৰ কন্যাৰ দৰেই ভাবি আহিছে। অমিতাভৰ বাবে নিজ কন্যা শ্বেতা আৰু ভতিজী নেইনা সমান মৰমৰ।

 
পুনৰ ককাদেউতা হ'বলৈ পাই অমিতাভ বচ্চনৰ হিয়া উলাহে নধৰা হৈছে। অমিতাভজী নেইনাৰ নৱজাত সন্তানটোক লৈ বহুত উৎসাহিত হৈ পৰিছে আৰু এতিয়া তেওঁ এই কণমানিটিৰ সৈতে সময় কটাব বিচাৰে। উল্লেখ্য যে ২০১৫ চনত অভিনেতা কুণাল কাপুৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল নেইনা বচ্চন।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ