--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইন যুদ্ধ ১৯ দিন ধৰি অব্যাহত আছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি, ইউক্ৰেইনৰ পৰা ২.৬ নিযুতৰো অধিক লোক পলায়ন কৰিবলৈ বাধ্য হৈ পৰিছে। দেওবাৰে লভিভৰ এটা সামৰিক ঘাটীত বিমান আক্ৰমণত প্ৰায় ৩৫জন লোক নিহত হৈছিল। ইয়াৰ মাজতে, শ্বাহৰুখ খানে যুদ্ধৰ ক্ষতিৰ বিষয়ে কোৱা এটা পুৰণি ভিডিঅ' এতিয়া ভাইৰেল হৈ পৰিছে। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা, ভিডিঅ'টোত এছআৰকে-য়ে যুদ্ধৰ 'অসাৰ্থকতা, দুখ আৰু একাকীত্ব'ৰ বিষয়ে কোৱা দেখা গৈছে।

কিংখানৰ ভিডিঅ' ভাইৰেল

যুদ্ধৰ অসাৰ্থকতাৰ বিষয়ে কোৱা শ্বাহৰুখ খানৰ ভিডিঅ'টোৰ প্ৰাসংগিকতা এতিয়া ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে নতুনকৈ বিচাৰি উলিয়াইছে। অনুৰাগীসকলে ইয়াক চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ সৈতে সম্পৰ্কিত কৰি বিচাৰ কৰিছে। ভাইৰেল ভিডিঅ'টোত কিংখানে কৈছে যে, 'কেৱল মৃতসকলেহে যুদ্ধৰ সমাপ্তি দেখিছে। কোনেও নাজানে যে কেতিয়া যুদ্ধ সমাপ্ত হ'ব। মৃত্যুতেই পৰিসমাপ্তি ঘটে যুদ্ধৰ৷ গতিকে যুদ্ধই ধ্বংসৰ বাদে একো নিদিয়ে।' অভিনেতাজনে লগতে কয়, 'যুদ্ধত যথেষ্ট দুখ আছে আছে একাকীত্ব। যুদ্ধৰ কাৰণ যিয়েই নহওক, ভাল, বেয়া, কুৎসিত, প্ৰতিশোধ, ভাল শক্তিশালী, সময়ৰ প্ৰয়োজনীয়তা - সত্যটো হ'ল যুদ্ধ মানেই ধ্বংস। যুদ্ধ শান্তি আৰু মংগলৰ বিকল্প নহয়। যুদ্ধ প্ৰেম, আলোচনা, আনকি কাজিয়াৰ বিকল্প নহয়। যুদ্ধক কোনোৱে সমৰ্থন জনাব নালাগে।'

শুভমুক্তিৰ দিশে কিং খানৰ পাঠান

Shah Rukh Khan to hit 'Pathan,' Atlee directorial sets soon | NewsBytes ২০১৮ চনত জিৰোৰ মুক্তিৰ পাছত 'পাঠান' ছবিৰ জৰিয়তে কামবেকৰ বাবে সাজু হৈছে শ্বাহৰুখ খান। অভিনেতাজনে অলপতে টুইটাৰত পাঠানৰ টিজাৰ শ্বেয়াৰ কৰি লিখিছিল, 'মই জানো যে পলম হৈছে কিন্তু মনত ৰাখিব পাঠানৰ মুক্তিৰ দিন এতিয়া ২৫ জানুৱাৰী, ২০২৩। হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি লাভ কৰি ছবিখনে। কেৱল আপোনাৰ ওচৰৰ ডাঙৰ পৰ্দাত #YRF50 সৈতে #Pathaan উদযাপন কৰক।' টিজাৰত, জন আব্ৰাহাম আৰু দীপিকা পাডুকনকো দেখা গৈছে৷ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু