--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নূপুৰৰ বিৰুদ্ধে বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই CMVত দাখিল কৰিলে এজাহাৰ। এজাহাৰৰ ভিত্তিত তদাৰকী কোষত ৰুজু হৈছে ৩২/২৫ত গোচৰ।

ডিজিটেল ডেস্ক: চক্ৰ বিষয়া নে মাটিৰ দালাল আছিল ACS নূপুৰ বৰা? চাকৰি যোগদানৰ পাছৰে পৰা গ্ৰেপ্তাৰ হোৱা পৰ্যন্ত কেৱল ভূমি জালিয়াতিতে নামিছিল নূপুৰ বৰা।


নূপুৰৰ বিৰুদ্ধে বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই CMVত দাখিল কৰিলে এজাহাৰ। এজাহাৰৰ ভিত্তিত তদাৰকী কোষত ৰুজু হৈছে ৩২/২৫ত গোচৰ।


অৰ্ধ শতাধিকলোকৰ ভূমি জালিয়াতিৰে নামজাৰি কৰাৰ অভিযোগ নূপুৰৰ বিৰুদ্ধে। লাখ লাখ টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈ ভূমিসমূহ কৰিছিল নামজাৰি।


CM vigilanceৰ তদন্তত পোহৰলৈ আহিছে এই সমূহ বিস্ফোৰক তথ্য। আনহাতে বৰপেটাত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে চলাইছে অভিযান।


অভিযানত প্ৰায় সন্দেহজনক ৭০গৰাকী ব্যক্তিৰ ভূমি নথি জব্দ কৰিছে CM vigilanceয়ে। জব্দকৃত ভূমিৰ নথিপত্ৰ পুনঃৰীক্ষণৰ বাবে CM vigilanceয়ে প্ৰেৰণ কৰিছে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ।


নথি-পত্ৰত বিসংগতি ধৰা পৰিলেই পুনৰ গ্ৰেপ্তাৰ হ’ব নূপুৰ বৰা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন