--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক কালি চুৰাটৰ এখন আদালতে মোদী মন্তব্যৰ বাবে দোষি সাৱস্ত্য কৰি দুবছৰৰ কাৰাদণ্ড বিহাৰ পিছতে ৰাহুল গান্ধীয়ে  নিজকে স্বাভাৱিক কৰি ৰাখিছিল৷ তেওঁ মুঠেও ভাগি পৰা নাছিল৷ ইয়াৰ বিপৰীতে  আদালতৰ ৰায়ৰ পিছতে ৰাহুলে  স্থানীয় ৰেষ্টুৰেণ্ট  এখনলৈ গৈ  পেট পূৰাই মিঠা আৰু টেঙা সোৱাদযুক্ত  গুজৰাটী ব্যঞ্জনৰ সোৱাদ লৈছিল৷  

তেওঁ সেইদিনাই  গুজৰাটী সংস্কৃতি আৰু ৰন্ধনপ্ৰণালীৰ প্ৰশংসাও কৰিছিল। চুৰাটৰ আদালতে  'মোদী উপাধি' গোচৰত শাস্তি বিহাৰ  পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে   তেওঁৰ দলৰ নেতাসকলক আকৌ এবাৰ আচৰিত কৰি তোলে। তেওঁ আদালতৰ পৰা ওলাই আহি স্থানীয় ৰেষ্টুৰেণ্ট এখনলৈ যায় ৰাহুল৷  কোনো পাঁচতাৰকা হোটেললৈ যোৱাৰ সলনি ৰাহুলে চুৰাটৰ শাশু মা হোটেললৈ যায় আৰু আহাৰ গ্ৰহণ কৰে৷ 

তাত তেওঁ গুজৰাটী ভাকৰি, জিৰা আৰু ঘিউৰ সৈতে সোৱাদযুক্ত পিঠা বিচাৰি খাইছিল। কেৱল এয়াই নহয় তেওঁ কেইবা কাপ টুভাৰ আৰু মাহজাতীয় শস্য গ্ৰহণ কৰিছিল৷   আহাৰৰ পিছত তেওঁ  ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীৰ সৈতে ফটো উঠিছিল। হোটেলৰ স্বত্বাধিকাৰী সঞ্জয় গাজেৰাই কয়  যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী তেওঁৰ হোটেললৈ  খাদ্য গ্ৰহণ কৰিবলৈ অহাত তেওঁ অতি সুখী৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক