--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ব্যৱসায়িক ক্ষেত্ৰত আম্বানি আৰু আদানিৰ মাজত চলি থকা শীতল যুদ্ধৰ কথা সকলোৱে জানে৷ কিন্তু শেহতীয়াকৈ এই শীতল যুদ্ধই ৰূপ পাইছে প্ৰতক্ষ্য যুদ্ধৰ৷ আম্বানীৰ কোম্পানীয়ে আদানিৰ বিৰুদ্ধে ১৩,৪০০ কোটি টকাৰ গোচৰ ৰুজু কৰিছে৷ 

 
ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড আৰু আদানি ট্ৰেন্সমিচনৰ মাজত চলা বিবাদৰ লগত এতিয়া জড়িত হৈ পৰিছে  অনিল আম্বানি৷ এই বিবাদে ক্ৰমে গভীৰ ৰূপ ধাৰণ কৰিছে৷  ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেডে অভিযোগ কৰিছে যে আদানি গ্ৰুপৰ অন্তৰ্ভুক্ত আদানি ট্ৰেন্সমিছনে মুম্বাই পাৱাৰ ডিষ্ট্ৰিবিউচনৰ ব্যৱসায়িক অংশ  বিক্ৰী চুক্তিৰ চৰ্তাৱলী সঠিকভাৱে পালন কৰা নাই৷  এনে পৰিস্থিতিত, আদানি ট্ৰেন্সমিচন লিমিটেডৰ বিৰুদ্ধে ১৩,৪০০ কোটি টকা ক্ষতিপূৰণ দাবী কৰা হৈছে৷ 

ৰিলায়েন্স ইনফ্ৰাষ্ট্ৰাকচাৰে  এই সন্দৰ্ভত  মুম্বাই চেণ্টাৰ ফৰ ইণ্টাৰনেচনেল আৰ্বিট্ৰেচনে (এমচিআইএ) মধ্যস্থতা কৰাটো বিছাৰিছে । কোম্পানীটোৱে অভিযোগ কৰিছিল যে ২০১৭ চনৰ ডিচেম্বৰত আদানি ট্ৰেন্সমিচনৰ সৈতে শ্বেয়াৰ ক্ৰয় চুক্তিৰ চৰ্তাৱলী আৰু নিয়মাৱলী ইয়াৰ মুম্বাই বিদ্যুৎ বিতৰণ ব্যৱসায়ৰ স্থানান্তৰৰ সন্দৰ্ভত উলংঘা কৰা হৈছিল।গতিকে এই উত্থাপিত অভিযোগ খণ্ডন কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতা কেন্দ্ৰৰ কাষ চাপিছে ৰিলায়েন্স৷ বিষয়টোৰ সন্দৰ্ভত এম চি আই এয়ে কি সমাধান দিয়ে সেইয়া লক্ষণীয় হ’ব৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ