--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এনে বহুতো জীৱ পৃথিৱীত পোৱা গৈছে, যিবোৰ আধা মতা আৰু আধা মাইকী। কিন্তু শেহতীয়াকৈ এটা চৰাই পোৱা গৈছে যিটো আধা মতা আৰু আধা মাইকী। অলপ আচৰিত যেন লাগিলেও বিজ্ঞানীসকলে এটা চৰাই আৱিষ্কাৰ কৰিছে যিটো যথেষ্ট বিৰল। যিবোৰ জীৱত মতা আৰু মাইকী উভয়ৰে বৈশিষ্ট্য পোৱা যায়, তেনে জীৱক গাইনেণ্ড্ৰমৰ্ফ বোলা হয়।
Peck of the bunch! Mutant bird 'that's half male and half female' is  photographed in Colombia - in one-in-100-year event | Daily Mail Online
উল্লেখ্য যে এশ বছৰ আগতে আগতে এটা চৰাই আছিল যিটো বিলুপ্ত বুলি গণ্য কৰা হৈছিল। কিন্তু এই চৰাইটোক আকৌ এবাৰ দেখা গৈছে। এই চৰাইটোৰ নাম হৈছে মিউটেণ্ট হানিক্ৰিপাৰ। এই চৰাইটোৰ ফটো শেহতীয়াকৈ কলম্বিয়াৰ এজন চৰাই পৰ্যবেক্ষকে তুলিছে। ইয়াৰ পিছত তেওঁ সেই ছবিখন নিউজিলেণ্ডৰ অটাগো বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ সৈতে শ্বেয়াৰ কৰিছিল। গৱেষকসকলে যেতিয়া ইয়াৰ বিষয়ে অধিক তথ্য বিচাৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে গম পালে যে এই চৰাইটোক এশ বছৰৰ আগতে বিলুপ্ত ঘোষণা কৰা হৈছিল। কিন্তু এতিয়া ইমান বছৰৰ পাছত দেখা পাই প্ৰকৃতিপ্ৰেমীসকল আনন্দিত হৈ উঠিছে।
आधा मर्द तो आधा महिला... गजब है ये चिड़िया, 100 सालों बाद यहां आई नजर -  Extinct Honeycreeper spotted after 100 years half male half female mutant  excites scientists – News18 हिंदी
অটাগো বিশ্ববিদ্যালয়ৰ অধ্যাপক হামিছ স্পেন্সৰে কয় যে কেইবা বছৰো ধৰি এই চৰাইটো দেখা পোৱা নাছিল। এনে পৰিস্থিতিত মিশ্ৰিত ৰঙৰ চৰাই এটা দেখি তেওঁ বুজি পালে যে সেইটো এটা মিউটেণ্ট মিউটেণ্ট হানিক্ৰিপাৰ। এই চৰাইটোৰ দেহত মতা আৰু মাইকী উভয়ৰে বৈশিষ্ট্য আছে। আপোনালোকক কওঁ যে গাইনাণ্ড্ৰমৰ্ফ সাধাৰণতে লবষ্টাৰ, কেঁকোৰা, মকৰা আদিত পোৱা যায়। কিন্তু চৰাইৰ ক্ষেত্ৰত এইটো খুব কমেইহে দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ