--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খাদ্য খোৱাৰ সময়ত কেতিয়াবা খাদ্য পৰি যোৱাৰ ফলত কাপোৰত হালধিৰ দাগ লাগিব পাৰে৷ কেতিয়াবা আহাৰ খোৱাৰ পিছত হাতৰ নখতো হালধিৰ দাগ ৰৈ যায়৷  কেতিয়াবা খাদ্য কাৰ্পেটত পৰাৰ ফলতো হালধিৰ দাগ লাগিব পাৰে। কাঁচ, কাঠ, কাপোৰৰ পৰা হালধীয়া দাগ আঁতৰাবলৈ সৰল ঘৰুৱা উপায় আছে। 

১) বাচন-বৰ্তনত হালধীয়া দাগ লাগিলে

বেকিং চডা আৰু পানীৰে ডাঠ মিশ্ৰণ এটা বনাওক।

মিশ্ৰণটো হালধীয়া ৰং পৰা  ঠাইত ১৫ মিনিটৰ বাবে লগাই থওঁক। তাৰ পিছত ঠাই খিনি হাতেৰে ঘঁহি থাকক।

এইবাৰ চাবোন পানীত  তিয়াই থোৱা কাপোৰেৰে সেয়া  পৰিষ্কাৰ কৰক।
পিছত আপুনি  বাচনবোৰ শুকান কাপোৰেৰে মচিব পাৰে।


 ২) কাৰ্পেটত হালধিৰ দাগ লাগিলে

কাৰ্পেটত হালধিৰ দাগ থকা ঠাইখিনি শুকান বেকিং চডাৰে ডাঠকৈ ঢাকি দিয়ক।  পাঁচ মিনিটৰ বাবে তেনেদৰে থাকিবলৈ দিয়ক।

যেতিয়া বেকিং চডাৰ ৰং সলনি হয়, ইয়াক আঁতৰাই পেলাওঁক৷

এইবাৰ চাবোন পানীত  দাগ থকা অংশটো তিয়াই থৈ পৰিষ্কাৰ কৰক।

৩) নখত হালধিৰ দাগ লাগিলে

 হাত আৰু নখৰ হালধিৰ  দাগবোৰ আঁতৰাবলৈ এটা ঘৰুৱা পদ্ধতি আছে। নেমুৰ ৰস আৰু বেকিং চডাৰ সৈতে মিশ্ৰণ এটা বনাওক। হালধীয়া দাগ লগা  হাত আৰু নখৰ অংশত বেকিং চডাৰ মিশ্ৰণটো ঘঁহি দিয়ক। পিছত সেয়া গৰম পানীৰে ধুই দিলে দাগ নোহোৱা হ’ব৷

৪) কাপোৰত হালধিৰ দাগ লাগিলে

প্ৰথমে দাগ থকা ঠাইখিনি ঠাণ্ডা পানীত তিয়াই দিয়ক।

চাবোন পোনপটীয়াকৈ সেই তিতা, দাগ যুক্ত স্থানত ঘঁহি  দিয়ক।

ইয়াক অলপ সময়ৰ বাবে তেনে অৱস্থাতে থাকিবলৈ দিয়ক। তাৰ পিছত ঠাইখিনি হাতেৰে ঘঁহি থাকক।এনেদৰে ঘঁহিলে দাগ উঠি যাব৷ 
















FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ