--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
তিৰুমালা মন্দিৰ দৰ্শন কৰিবলৈ অন্ধ্ৰ প্ৰদেশত উপস্থিত অভিনেত্ৰী জাহ্নৱী কাপুৰ । নিয়ন  সেউজীয়া শাৰী  পিন্ধি বন্ধুবৰ্গৰ সৈতে অভিনেত্ৰী গৰাকী উপস্থিত হ’ল মন্দিৰ প্ৰাংগনত৷ মন্দিৰ দৰ্শনৰ সময়ত অভিনেত্ৰী গৰাকীক  নো-মেক-আপ লুকত দেখা গৈছিল। জাহ্নৱীৰ ভ্ৰমণৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছিল বুলি জানিব পৰা গৈছে। নিৰাপত্তা বিষয়াসকলক জাহ্নৱীৰ বাবে  মন্দিৰৰ চৌহদত পহৰা দিয়া দেখা গৈছিল। এইটো প্ৰথম বাৰৰ বাবে নহয় যে অভিনেত্ৰীগৰাকীয়ে  জনপ্ৰিয় মন্দিৰটো দৰ্শন কৰিছে। তেওঁ আগতে তেওঁৰ মাতৃ স্বৰ্গীয় শ্ৰীদেৱীৰ জন্ম বাৰ্ষিকীতো মন্দিৰ  দৰ্শন কৰিছিল।

উল্লেখযোগ্য যে, জাহ্নৱী কাপুৰ শ্ৰীদেৱী আৰু চলচ্চিত্ৰ প্ৰযোজক বনি কাপুৰৰ জীয়ৰী। তেওঁৰ এগৰাকী ভগ্নী, সুখী কাপুৰো আছে যি অহা বছৰ শ্বাহৰুখ খানৰ জীয়ৰী সুহানা খান আৰু অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দাৰ সৈতে বলীউডত আত্মপ্ৰকাশ কৰিব। জাহ্নৱীয়ে ঈশান খট্টৰৰ বিপৰীতে ধড়কৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক