--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আহি আছে ড্ৰাই ডে’৷ সুৰাপায়ীসকলৰ ক্ষেত্ৰত বিশেষভাৱে এই দিনকেইটাত পৰিব পাৰে প্ৰভাৱ৷ অৱশ্যে বেছি চিন্তাৰ কাৰণ নাই৷ মাত্ৰ দুটা দিনৰ বাবেহে ফেব্ৰুৱাৰী মাহত বন্ধ থাকিব সুৰাৰ দোকান৷ ড্ৰাই ডে’ত খুচুৰা দোকান, বাৰ আৰু হোটেলৰ জৰিয়তে সুৰা বিক্ৰী নিষিদ্ধ কৰা হয়। গতিকে ড্ৰাই ডে’ৰ পূৰ্বেই আপুনি পৰিকল্পনা কৰি লওক উল্লেখনীয় দিনবোৰ৷ ফেব্ৰুৱাৰী ২০২২ৰ ড্ৰাই ডে’ৰ তালিকা হৈছে : ১৯ ফেব্ৰুৱাৰী, শনিবাৰে : ছত্ৰপতি শিৱাজী মহাবীৰ জয়ন্তী ২৬ ফেব্ৰুৱাৰী, শনিবাৰে : স্বামী দয়ানন্দ সৰস্বতী জয়ন্তী মন কৰিব : সুৰাপান কৰি গাড়ী চলোৱাটো এক গুৰুতৰ অপৰাধ। দিল্লীত সুৰাপান কৰাৰ আইনী বয়স ২৫ বছৰৰ বিপৰীতে অসমত ২১ বছৰ বুলি ধৰা হয়৷ সুৰা পৰিৱেশন আৰু সেৱন কৰা ঠাইলৈ যাওঁতে সদায়ে পৰিচয়-পত্ৰ ৰাখিবলৈ নাপাহৰিব৷ অত্যধিক সুৰাপান কৰাটো স্বাস্থ্যৰ পক্ষেও ক্ষতিকাৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ