--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল অভিনেত্ৰীয়েই নহয়, ছানী লিয়নী এগৰাকী স্বাস্থ্য সচেতন ব্যক্তিও। ফিটনেঠ মজবুত ৰখাৰ যুঁজত  বিশেষ যত্ন লয় ছানীয়ে।

নিজৰ ফিটনেছৰ বিষয়ে ছানীয়ে সদায় স্পষ্টকৈ কয়। বিভিন্ন সাক্ষাৎকাৰত তেওঁ নিজৰ খাদ্যাভ্যাস আৰু ফিটনেছ ৰুটিনৰ কথা কৈ আহিছে। তেওঁ নিজৰ শৰীৰৰ যত্ন কেনেকৈ লয় সেই কথাও কয়। তাইৰ বিউটি ৰুটিনৰ কথাও কয়৷

গ্ৰীষ্মকাল প্ৰায় আহি পালেহি। বছৰৰ এই সময়ত ছানীয়ে নিজৰ অতিৰিক্ত যত্ন লয়। কাৰণ এই ঋতুটোৱেই শৰীৰ আৰু ছালৰ অৱস্থা বেয়া হোৱাৰ বাবে  সময়। গৰমৰ দিনতো নিজৰ শৰীৰটো সুস্থ আৰু ছালখন জীয়াই ৰাখিবলৈ তাই আত্ম-যত্নৰ প্ৰতি অতিৰিক্ত মনোযোগ দিয়ে।

শেহতীয়াকৈ ছানীয়ে নিজৰ গ্ৰীষ্মকালীন যতনৰ বিষয়ে মুকলিকৈ ক’লে। গ্ৰীষ্মকালত খাদ্যৰ প্ৰতি আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়।ছানীয়ে বহুবাৰ কৈছে যে তাই খাদ্য খাই ভাল পায়।

বহুতে বিশ্বাস কৰিব নিবিচাৰে যে ছানী এজন খাদ্যপ্ৰেমী। গৰমৰ দিনতো ছানীৰ খাদ্যাভ্যাসৰ বিশেষ পৰিৱৰ্তন নহয়। কিন্তু খাদ্যৰ পৰিমাণ বহুত কমাই দিয়ে। লগতে সময়মতে খাবলৈ চেষ্টা কৰে৷ দিনে প্ৰচুৰ পৰিমাণে পানী খায়। তেওঁৰ লগত সদায় পানীৰ বটল থাকে। ১৫ মিনিটৰ মূৰে মূৰে পানী খায়।

তেওঁ কঠিন খাদ্যতকৈ তৰল খাদ্য বেছি পছন্দ কৰে। বিশেষকৈ গৰমৰ দিনত ছানিয়ে তৰল খাদ্য খাবলৈ চেষ্টা কৰে। গোটেই গৰমৰ দিনটো ফলৰ ৰস আৰু চূপৰ ওপৰত নিৰ্ভৰশীল। ছানীৰ মতে, এই নিয়ম মানি চলাৰ বাহিৰে গ্ৰীষ্মকালত সুস্থ হৈ থকাৰ কোনো উপায় নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ