--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিয়ে দেওবাৰে প্ৰকাশ কৰিলে দলটোৰ ৯২জনীয়া পঞ্চমখন প্ৰাৰ্থী-তালিকা ঘোষণা৷ তালিকাত দেখা গৈছে কেইবাগৰাকীও ৰথী-মহাৰথীৰ নাম৷ বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে৷ 

হিমাচল প্ৰদেশৰ মন্দী সমষ্টিত কংগনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে দলটোৱে৷ একেদৰে, হাৰিয়ানাৰ কুৰুক্ষেত্ৰত নবীন জিণ্ডালক, কৰ্ণাটকৰ বেলগামত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে জগদীশ শ্বেট্টাৰক৷ বেগুচৰাইত গিৰিৰাজ সিঙক, ৰবি শংকৰ প্ৰসাদক পাটনাৰ ছাহিবত, ডমকা সমষ্টিত সীতা ছোৰেনক আৰু মীৰাটত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে অৰুণ গোভিলক৷

প্ৰাৰ্থিত্ব বঞ্চিত হ’ল পিলভিতৰ সাংসদ বৰুণ গান্ধী৷ বৰুণ গান্ধীৰ স্থানত জিতিন প্ৰসাদক প্ৰাৰ্থিত্ব পিলভিতত৷ একেদৰে, চুলতানপুৰত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে মানেকা গান্ধীক৷

কিন্তু, দেশবাসীৰ দৃষ্টি নিবদ্ধ থাকিব কেৰালাৰ ৱায়ানাড সমষ্টিত৷ সমষ্টিটোত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ মুখামুখি হ’ব কে সুৰেন্দ্ৰনক৷ কে সুৰেন্দ্ৰনক ৱায়ানাডত বিজেপিয়ে দিলে নিৰ্বাচনী টিকট৷

দলটোৱে উত্তৰ প্ৰদেশ, বিহাৰ, ওড়িশা, ৰাজস্থান, হাৰিয়ানা, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, কেৰালা, কৰ্ণাটক, গোৱা, গুজৰাট, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মিজোৰাম, ছিকিম, তেলেংগানা, পশ্চিম বংগ আৰু অন্ধ্ৰ প্ৰদেশৰ লোকসভা আসনৰ প্ৰাৰ্থীৰ নাম মুকলি কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক