--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি নিশ্চয় সামাজিক মাধ্যমত বহুপ্ৰকাৰৰ মাৰ্কেটিং ভিডিঅ‘ দেখিছে। আজিকালি বিভিন্নজনে বিপণন আৰু ‘ভাইৰেল’ হোৱাৰ বাবে বিভিন্ন পদ্ধতি গ্ৰহণ কৰে। 

এতিয়া ছ’চিয়েল মিডিয়াত এনে এটা ভিডিঅ’ ভাইৰেল হৈ আছে, য’ত এজন পদপথৰ বিক্ৰেতাই বাকী নিদিয়াৰ এটা অদ্ভুত উপায় বিচাৰি উলিয়াইছে৷ ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে এজন পথ বিক্ৰেতাই তেওঁৰ ‘কাৰ্ট’ত কিছুমান টোকা লিখি ৰাখিছে, যাৰ আলোচনাই এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

দৰাচলতে, ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা ভিডিঅ’ত দেখা গৈছে যে কেনেকৈ এজন কাৰ্ট বিক্ৰেতাই তেওঁৰ কাৰ্টত বাকী নিদিয়াৰ বাবে এটা টোকা লিখিছে৷ য’ত লিখা আছে— ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী নোহোৱালৈকে বাকী দিয়া বন্ধ হৈ আছে৷

এই কাৰ্য দেখি মানুহে সামাজিক মাধ্যমত বিভিন্ন কাম কৰিবলৈ আৰম্ভ কৰিছে। ভিডিঅ'টো সামাজিক মাধ্যমত আপলোড কৰাৰ লগে লগে ভিডিঅ'টো জুইৰ দৰে ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ