--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীক বিয়া পাতিব বিচাৰে শ্বেৰলিন চোপ্ৰাই। এটা ভাইৰেল ভিডিঅ’ত চৰ্চিত মডেলগৰাকীক সোধা হৈছিল যে তেওঁ ৰাহুল গান্ধীক বিয়া কৰাব বিচাৰে নেকি? যাৰ উত্তৰত শ্বেৰলিনে কয়- ''বিচাৰো। কিয় নিবিচাৰিম!’’ এই ক্ষেত্ৰত শ্বাৰলিনে বিয়াৰ বাবে এটা চৰ্ত ৰাখে। কয় যে বিয়াৰ পিছতো তাই শ্বেৰলিন চোপ্ৰাই হৈ থাকিব বিচাৰিব।

শ্বাৰলিনৰ এই ভিডিঅ’টোক লৈ অনেকে বিভিন্ন মন্তব্য আগবঢ়াইছে। কমেণ্টত এজন ইউজাৰে লিখিছে, ৰাখী সাৱন্তৰ দৰে শ্বেৰলিনকো মদ্যপানো কৰা যেন লাগে। আন এজনে লিখিছে, ৰাহুল গান্ধীয়ে তাইক বিয়া কৰাই জীৱন নষ্ট কৰিব নালাগে। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, আপোনাক ৰাহুল গান্ধীয়ে কেতিয়াও বিয়া নকৰে।

উল্লেখ্য যে, বিভিন্ন সময়ত শ্বাৰলিন চোপ্ৰা বহুবাৰ বিতৰ্কৰ অংশ হৈ পৰিছে। তাইৰ বক্তব্যৰ বাবেও তাই লাইমলাইটত থাকে। বিশেষকৈ বিতৰ্কিত পৰিচালক শ্বাজিদ খানৰ বিৰুদ্ধে অভিযোগ তুলি চৰ্চাৰ কেন্দ্ৰত আছিল মডেলগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক