--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপাশা বসু আৰু কৰণ সিং গ্ৰ’ভাৰ সংসাৰলৈ যোৱা বছৰৰ নৱেম্বৰ মাহত এটি কন্যা সন্তান আহে। তেওঁলোকে নিজৰ ছোৱালীজনীৰ নাম ৰাখিছিল দেৱী।

আজি বিপাশাই নেহা ধুপীয়াৰ সৈতে ইনষ্টাগ্ৰামত লাইভ হৈ মাতৃত্ব, গৰ্ভধাৰণ আদি বিষয়ৰ কথা ক’লে। লগতে চাঞ্চল্যজনকভাৱে ক’লে তেওঁৰ কন্যাৰ জন্মতে হৃদয়ত দুটা ফুটা আছিল।

বিপাশাই প্ৰকাশ কৰে যে জন্মৰ তৃতীয় দিনা তেওঁলোকে গম পালে যে দেৱীৰ হৃদয়ত দুটা ফুটা আছে। প্ৰতিমাহে স্কেন কৰিবলৈ যাবলগা হৈছিল। কিন্তু তিনিমাহৰ পাছত তেওঁলোকে অস্ত্ৰোপচাৰৰ সিদ্ধান্ত ল’লে।

দেৱীৰ তিনি মাহ বয়সত অস্ত্ৰোপচাৰ কৰা হৈছিল, আৰু বিপাশাই প্ৰকাশ কৰিছিল যে ছয় ঘণ্টা ধৰি অপাৰেচন চলি আছিল। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে যেতিয়া দেৱী অপাৰেচন কক্ষত আছিল তেতিয়া তেওঁৰ জীৱন বন্ধ হোৱা যেন অনুভৱ হৈছিল। কিন্তু, অস্ত্ৰোপচাৰ সফল হ’ল আৰু এতিয়া, দেৱী ঠিকেই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?