--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত বহু প্ৰতীক্ষাৰ অন্ত পেলাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) এই বছৰৰ আই পি এলৰ সম্পূৰ্ণ সময়সূচী প্ৰকাশ কৰিছে। প্ৰতিযোগিতাখন কেতিয়া আৰম্ভ হ'ব? সময়সূচী অনুসৰি আই পি এলৰ খেল  ৩১ মাৰ্চৰ পৰা  আৰম্ভ হ'ব।  প্ৰথম খন খেলত ডিফেণ্ডিং চেম্পিয়ন গুজৰাট টাইটানে খেলপথাৰত নামিব। মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই চুপাৰ কিংছে হাৰ্দিক পাণ্ডিয়াৰ দলৰ মুখামুখি হ'ব। আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দুয়োটা দল মুখামুখি হ'ব। তাতেই উদ্বোধনী অনুষ্ঠানো অনুষ্ঠিত হ'ব।

আই পি এলত এইবাৰ গ্ৰুপ পৰ্যায়ত মুঠ ৭০ খন খেল অনুষ্ঠিত হ'ব। খেলৰ সমগ্ৰ  পৰ্যায়টো ২১ মে'ত শেষ হ'ব। আই পি এলৰ ফাইনেল ২৮ মে'ত অনুষ্ঠিত হ'ব।

এইবাৰ আই পি এলত মুম্বাই ইণ্ডিয়ানছ, কলকাতা নাইট ৰাইডাৰ্ছ, ৰাজস্থান ৰয়েলছ, দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ চুপাৰ জায়াণ্টছ হৈছে গ্ৰুপ এ-ৰ পাঁচটা দল। গ্ৰুপ বিৰ পাঁচটা দল হৈছে চেন্নাই ,চুপাৰ কিংছ, ছানৰাইজাৰ্ছ হায়দৰাবাদ, পাঞ্জাৱ কিংছ, ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ আৰু গুজৰাট টাইটানছ৷

এই বছৰৰ আই পি এল ১২ টা স্থানত অনুষ্ঠিত হ'ব। অৰ্থাৎ, ১০ টা দলৰ ১০ টা ক্ষেত্ৰৰ উপৰি তালিকাখনত আৰ দুটা স্থান  আছে। আইপি এলৰ খেল  অনুষ্ঠিত হ’বলগীয়া  স্থানসমূহ  হৈছে আহমেদাবাদ, মোহালি, লক্ষ্ণৌ, হায়দৰাবাদ, বেংগালুৰু, চেন্নাই, কলকাতা, জয়পুৰ, মুম্বাই, গুৱাহাটী আৰু ধৰ্মশালা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক