--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আইআইটি দিল্লী–আবুধাবি কেম্পাছৰ প্ৰথম গোটৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ভাৰত আৰু ইউএইৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ এক নতুন অধ্যায় আৰম্ভ হোৱাই নহয়, দুয়োখন দেশৰ যুৱক-যুৱতীকো একত্ৰিত কৰা হৈছে।

ইউএইত দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি)ৰ এটা কেম্পাছ মুকলি কৰাৰ কথা দেশ দুখনৰ নেতৃত্বই ২০২২ চনৰ ফেব্ৰুৱাৰী মাহতে কল্পনা কৰিছিল। ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান দিল্লী (আইআইটি-ডি) আৰু আবুধাবি ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন এণ্ড নলেজ (এডিইকে)ৰ যুটীয়া সহযোগত গঠিত এই প্ৰকল্পৰ লক্ষ্য হৈছে, বিশ্বজুৰি ছাত্ৰ-ছাত্ৰীসকলক মানসম্পন্ন উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰা। ইয়াৰ উপৰিও, ই পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তি, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অংশীদাৰিত্ব গঢ়ি তুলিব। প্ৰথমটো শৈক্ষিক কাৰ্যক্ৰম - শক্তি পৰিৱৰ্তন আৰু দীৰ্ঘস্থায়িত্ব বিষয়ত স্নাতকোত্তৰ - এই জানুৱাৰী মাহত আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী