--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল আইআইটি প্ৰৱেশ পৰীক্ষা জেইই-এডভান্সডৰ ফলাফল । এইবেলি  হায়দৰাবাদ জোনৰ ভাভিলালা চিডবিলাস ৰেড্ডীয়ে আইআইটি প্ৰৱেশ পৰীক্ষা জেইই-এডভান্সডত শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। 

 পৰীক্ষা অনুষ্ঠিত কৰা আইআইটি গুৱাহাটীৰ মতে ৰেড্ডীয়ে ৩৬০  নম্বৰৰ ভিতৰত ৩৪১  নম্বৰ লাভ কৰিছে। আইআইটি হায়দৰাবাদৰ  নায়কান্তি নাগা ভৱ্য শ্ৰী ২৯৮ নম্বৰৰেৰে ছাত্ৰীৰ ভিতৰত শীৰ্ষ স্থানত আছে।

 উল্লেখ্য  আইআইটি-জেইই এডভান্সডত দুয়োখন কাকতৰ বাবে  মুঠ ১,৮০,৩৭২ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।  

তেওঁলোকৰ ভিতৰত ৪৩,৭৭৩ গৰাকী পৰীক্ষাৰ্থীয়ে  যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আইআইটি গুৱাহাটীৰ এজন জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে এইবেলি মুঠ  পৰীক্ষাৰ্থীসকলৰ ভিতৰত ৩৬,২০৪ জন ছাত্ৰ আৰু ৭,৫০৯ গৰাকী  ছাত্ৰীয়ে জেইই এডভান্সড ২০২৩ উত্তীৰ্ণ হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে