--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিমলাৰ এটা শতিকা পুৰণি জৈন মন্দিৰত চুটি বা উন্মোচিত কাপোৰ পিন্ধি ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। হিন্দু সংস্কৃতিৰ অনুশাসন, শিষ্টাচাৰ আৰু মূল্যবোধ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্দিৰটোৰ কৰ্তৃপক্ষই এই পদক্ষেপ লয়।

নতুন সাজ-পোছাকৰ ওপৰত আলোকপাত কৰা এই জাননীখন মন্দিৰৰ বাহিৰত ৰাখিছিল৷য’ত কৰ্তৃপক্ষই চুটি পোছাক পিন্ধি ভক্তৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে৷ এই মন্দিৰটো শ্ৰী দিগম্বৰ জৈন সভাৰ দ্বাৰা পৰিচালিত হয়৷

শনিবাৰে জৈন মন্দিৰৰ এজন পুৰোহিতে কয় যে মহিলাৰ পৰিৱৰ্তিত ফেশ্বন আৰু পছন্দ তথা হিন্দু সমাজত মূল্যবোধৰ জাৰণৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে এই সিদ্ধান্ত শিষ্টাচাৰ, অনুশাসন আৰু মূল্যবোধ বজাই ৰাখিবলৈ জাৰি কৰা হৈছে।

জৈন মন্দিৰ শিমলাৰ এজন পুৰোহিত সঞ্জয় কুমাৰ জৈনে কয় যে, “মন্দিৰলৈ অহা যিকোনো ব্যক্তিয়ে মান্য সাজ-পোছাক পৰিধান কৰাটো প্ৰয়োজন। আমি হাফ পেণ্ট, হাফ কাপোৰ, মিনিস্কাৰ্ট আৰু ফটা জিন্স আদি পৰিধান মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিছো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে