--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুখন মেচ। আঠ অভাৰ। ৪৮টা বল। ইয়াৰ বাবেই ৩ কোটি ৫৩ লাখ ৫৭ হাজাৰ ১৩৬ টকা খৰচ হয়। বিনিময়ত এটাও উইকেট নাহিল। মুঠ ১০০ ৰান খৰচ কৰিছে ২৪ কোটি ৭৫ লাখ টকাৰ মিচেল ষ্টাৰকে।

নিলামত আচৰিত কৰি তুলিছিল কলকাতা নাইট ৰাইডাৰ্ছে। ২৪ কোটি আৰু ৭৫ লাখ টকা খৰচ হৈছিল ষ্টাৰ্কক। আই পি এলৰ ইতিহাসত কেতিয়াও ইমান টকাৰে ক্ৰিকেটাৰ কিনা হোৱা নাই। এদিনীয়া বিশ্বকাপ বিজয়ী অষ্ট্ৰেলিয়ান বাওঁহাতৰ পেচাৰগৰাকীৰ বাবে ইমান বৃহৎ ধন খৰচ কৰাটো ভুল নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছিল। ষ্টাৰ্কৰ দৰে পেচাৰক দলত পাই কেকেআৰে সুখী হৈছিল। কিন্তু প্ৰথম দুখন মেচৰ পিছত কলকাতাৰ বছসকলেও হয়তো ভাবিব পাৰে যে সেই ধন খৰচ কৰিব লাগিছিল নে নাই!

আই পি এলত এতিয়ালৈকে দুয়োখন মেচত ৪ অভাৰ বলিং কৰিছে ষ্টাৰকে। অৰ্থাৎ তেওঁ ৪৮টা বল বল কৰিছে। ১০০ ৰান সংগ্ৰহ কৰে। এটাও উইকেট নাপালে। ষ্টাৰ্কৰ বল ভাৰতীয় ঘৰুৱা ক্ৰিকেটাৰে বাউণ্ডেৰীৰ বাহিৰলৈ পেলাই দিছে। যিয়ে সকলোকে আচৰিত কৰি তুলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ