--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীয়ে নিজৰ বেটখন ৰিংকু সিঙক দি দিলে। শুকুৰবাৰে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ এখন খেল অনুষ্ঠিত হয়। সেই মেচখনত আৰ চি বি পৰাস্ত হৈছিল। কেকেআৰৰ জয়ৰ পাছত বিৰাটে বেটখন ৰিংকুৰ হাতত গতাই দিয়ে।

এই পৰ্যন্ত আই পি এলত ঘৰুৱা খেলপথাৰত খেলা দলটোৱে জয়লাভ কৰিছে। সেই পৰম্পৰা শুকুৰবাৰে ভংগ হ’ল। বেংগালুৰুত ঘৰুৱা ক্ষেত্ৰত বিৰাট দলক পৰাস্ত কৰে কলকাতাই। প্ৰথমে বেটিং কৰি আৰ চি বিয়ে বিৰাটৰ বেটেৰে ১৮২ ৰান সংগ্ৰহ কৰে। কিন্তু ১৯টা বল বাকী থকা অৱস্থাত কলকাতাই বিজয়ী ৰান ল’লে। খেলৰ অন্তত নৈশ দলটো বাংগালুৰুৰ ড্ৰেছিং ৰুমলৈ যায়। সেই ভিডিঅ’টো পোষ্ট কৰিছিল আৰ চি বিয়ে। তাত বিৰাটে ৰিংকুক নিজৰ বেট দিয়া দেখা যায়। ৰিংকুৱে বেটখন পাই সুখী। বিৰাটক সাৱটি ধৰিলে।

পৰাজয়ৰ পিছতো বিৰাটে বিপক্ষৰ বেটছমেনক বেট দিয়ে। যিয়ে ক্ৰিকেট প্ৰেমীৰ হৃদয় জয় কৰিছে। খেলখনত বিৰাটে ৫১টা বলত ৮৩ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছতো তেওঁ দললৈ জয় কঢ়িয়াই আনিব নোৱাৰিলে। কে কে আৰৰ হৈ সুনীল নাৰিনে, বৰুণ চক্ৰৱৰ্তীয়ে দ্ৰুত ৰান সংগ্ৰহ কৰি মেচখন জয়ী হয়। মেচখনৰ মেন অৱ দ্য মেচ আছিল নাৰিনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ