--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ অনুৰাগীক প্ৰতিশ্ৰুতি দিছিল যে আই পি এলৰ পৰা অৱসৰ ল’ব। কিন্তু চেন্নাই ছুপাৰ কিংছ এইবাৰ প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে। যদি আছে তেন্তে এইবাৰ ধোনীয়ে অৱসৰ ল’বনে? তেওঁৰ অৱসৰ সন্দৰ্ভত কি ক’লে চেন্নাই ছুপাৰ কিংছে?

বেংগালুৰুৰ হাতত পৰাস্ত হৈ আই পি এলৰ পৰা বাহিৰ হোৱাৰ পাছত হতাশ হৈ পৰিছিল ধোনী। প্ৰথমে বাংগালুৰু এৰি ৰাঁচীলৈ গ’ল। চেন্নাই ছুপাৰ কিংছৰ এজন বিষয়াই কয় যে ধোনীয়ে অৱসৰৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে কেইমাহমান অপেক্ষা কৰিব বিচাৰে।

সংবাদ মাধ্যমৰ আগত বিষয়াগৰাকীয়ে কয় - ''ধোণীয়ে চেন্নাইৰ কাকো অৱসৰ ল’ব বুলি কোৱা নাই। তেওঁ মেনেজমেণ্টক ক’লে যে তেওঁ কেইমাহমান সময় ল’ব বিচাৰে। ইয়াৰ পিছত তেওঁ অৱসৰৰ সিদ্ধান্ত ল’ব।”

এই বিষয়ত চেন্নাইয়ে খৰখেদা কৰিব নিবিচাৰে। সমগ্ৰ সিদ্ধান্ত ধোনিৰ ওপৰত এৰি দিলে। বছে ক'লে, "আমি সকলো ধোনিৰ ওপৰত এৰি দিছো। তেওঁৰ মূৰত কি চলি আছে তেওঁ ভালদৰেই জানে। চাওঁ কি হয়।" অহাবাৰ আই পি এলৰ ডাঙৰ নিলাম। তাৰ আগতেই হয়তো ধোনীয়ে নিজৰ সিদ্ধান্তৰ বিষয়ে মেনেজমেণ্টক অৱগত কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement