--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ ফাইনেলত চেন্নাই চুপাৰ কিংছৰ সন্মুখত ২১৫ ৰাণৰ লক্ষ্য স্থিৰ কৰি দিলে গুজৰাট টাইটানছে। দলটোৰ এই সবল স্থিতিৰ মূলতে হ’ল নবীন তাৰকা চাই সুদৰ্শন আৰু প্ৰবীণ উইকেটকীপাৰ ঋদ্ধিমান সাহাৰ দূৰ্দান্ত বেটিং। সাই সুদৰ্শনে মাত্ৰ ৪৭ বলত ৯৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে সাহাই কৰে ৩৯ টা বলত ৫৪ ৰাণ।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত বৰষুণৰ বাবে নিৰ্ধাৰিত তাৰিখৰ এদিন পাছত অনুষ্ঠিত হোৱা ফাইনেলখনত টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় চেন্নাই ছুপাৰ কিংছে। গুজৰাটৰ হৈ শুভমান গীল আৰু ঋদ্ধিমান সাহাই সুন্দৰ আৰম্ভণি কৰে। গীলে ২০ টা বলত ৩৯ ৰাণ কৰি থকা অৱস্থাতে মহেন্দ্ৰ সিং ধোনীয়ে ক্ষীপ্ৰ গতিৰে তেওঁক স্টাম্পিং কৰে। গীলৰ বহুমূলীয়া উইকেটটো লাভ কৰে ৰবীন্দ্ৰ জাডেজাই।

প্ৰথম ইনিংছত চেন্নাই ছুপাৰ কিংছৰ বলিং আক্ৰমণে বিশেষ চমক সৃষ্টি কৰিব নোৱাৰিলে। আটাইকেওজন বলাৰেই খৰচী হিচাপে পৰিগণিত হয়। কেৱল মথীষা পথিৰানাই সংগ্ৰহ কৰে দুটা উইকেট। ফলস্বৰূতে ৪ টা উইকেট হেৰুৱাই নিৰ্ধাৰিত অভাৰত ২১৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় গুজৰাট।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে