--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতিবাদী মল্লযোদ্ধাসকলৰ ওপৰত দিল্লী আৰক্ষীৰ অত্যাচাৰক লৈ ক্ষোভিত হৈ পৰিছে কেইবাগৰাকীও ক্ৰীড়াবিদ। টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই এই ঘটনাক গৰিহণা দিয়ে। এটা চুটি টুইটযোগে তেওঁ নিজৰ মনোভাৱ প্ৰকাশ কৰে।

সাক্ষী, বজৰংগ আৰু ভিনেশক গ্ৰেপ্তাৰ কৰাৰ ভিডিঅ’ পোষ্ট কৰি নীৰজে লিখিছে, ‘এয়া দেখি দুখ লাগিল। পৰিস্থিতিটো বেলেগ ধৰণে চম্ভালিব পৰা গ’লহেঁতেন৷’

ফুটবলাৰ সুনীল চেট্টী, ক্ৰিকেটাৰ ইৰফান পাঠান, অভিনৱ বিন্দ্ৰাইও ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কয় যে ক্ৰীড়াবিদসকলক এইদৰে দমন চলোৱাৰ দৃশ্য বেদনাদায়ক। সমগ্ৰ বিষয়টো সোনকালে সমাধান কৰা উচিত।

উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলৰ পৰা যন্তৰ মন্তৰত ব্রিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত ধর্ণাত বহি আছে দেশৰ শীর্ষ মল্লযুঁজাৰুসকলে৷ ভিনেশ ফোগাট, সাক্ষী মালিক, বজৰং পুনিয়াই যৌন নিৰ্যাতনৰ অপৰাধত শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে