--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছানৰাইজাৰ্ছ হায়দৰাবাদে ফাইনেল খেলিব কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে। সমগ্ৰ প্ৰতিযোগিতাখনৰ দৰেই ফাইনেলতো তেওঁলোকে আগ্ৰাসী ক্ৰিকেট খেলিব। এই মন্তব্য হায়দৰাবাদৰ সহকাৰী প্ৰশিক্ষক ছাইমন হেলমুটে।

দ্বিতীয় কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে হায়দৰাবাদে ৩৬ ৰানত জয়লাভ কৰে। শুকুৰবাৰে সেই জয়ৰ পিছত হেলমুটে কয় যে তেওঁলোকৰ পৰিকল্পনাত কোনো পৰিৱৰ্তন নহ’ব। তেওঁ কয়- ‘‘আমি আমাৰ পৰিকল্পনা অনুসৰি খেলিম। আমি গোটেই ছিজনটো ক্ৰিকেট খেলা ধৰণে খেলিম। এইদৰে খেলা বাবেই মই ফাইনেলত প্ৰৱেশ কৰিছো। গতিকে ফাইনেলত কোনো পৰিৱৰ্তন নহ’ব।’

হায়দৰাবাদে আই পি এলত আগ্ৰাসী ক্ৰিকেট খেলা দেখা গৈছে। ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাই অ’পেন কৰিবলৈ নামি আগ্ৰাসী ক্ৰিকেট খেলিছিল। হেলমুটে কয় যে দলটোৱে হেঁচাত যিদৰে খেলিছিল তাক লৈ আমি গৌৰৱান্বিত। ৰাজস্থানৰ বিৰুদ্ধে ৰাহুল ত্ৰিপাঠীয়ে ভাল খেল প্ৰদৰ্শন কৰে। হেড আৰু হাইনৰিখ ক্লাচেনে ইয়াক আগুৱাই লৈ যায়।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান