--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমপেক্ট প্লেয়াৰ ৰুলে ভাৰতীয় ক্ৰিকেটত একেবাৰেই সহায় কৰা নাই। তেনেকৈয়ে ৰোহিত শৰ্মাৰ ভাবে। এটা ইভেণ্টত ভাৰতীয় অধিনায়কগৰাকীয়ে কয় যে ইমপেক্ট প্লেয়াৰ ৰুল তেওঁৰ পছন্দ নহয়।

ৰোহিতে আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলিছিল। সেই দলৰ অধিনায়ক আছিল তেওঁ। পাঁচবাৰ আই পি এল জয়ী। এতিয়া যদিও তেওঁ বেটছমেন হিচাপে খেলে। 

আই পি এলৰ সময়ত দিয়া এক সাক্ষাৎকাৰত ৰোহিতে কয় যে ইমপেক্ট প্লেয়াৰৰ ৰুল মোৰ বৰ ভাল নালাগে। ইয়াৰ ফলত অল-ৰাউণ্ডাৰৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে। ক্ৰিকেট এতিয়া ১২ খেলুৱৈৰ খেলত পৰিণত হৈছে। ফলত ক্ৰিকেট নষ্ট হৈ পৰিছে। দৰ্শকৰ বাবে যদিও ই অতি উপভোগ্য।"

ৰোহিতৰ মতে এই নিয়মৰ ফলত ভাৰতীয় অল ৰাউণ্ডাৰসকলে সুযোগ পোৱা নাই। ৱাশ্বিংটন সুন্দৰৰ দৰে ক্ৰিকেটাৰক দলত লোৱা হোৱা নাই। শিৱম ডুবে বেট লৈ দৌৰে যদিও বল নকৰে। 

ৰোহিতে কয়,  দেখাত বৰ ভাল লাগিছে। কিন্তু এই অতিৰিক্ত ক্ৰিকেটাৰ দললৈ অহাৰ পিছৰে পৰা সাত-আঠ নম্বৰ বেটছমেনে কম সুযোগ লাভ কৰিছে। বেটাৰটোও বেলেগে নমাই অনাৰ সুযোগ আছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ