--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল শেষ হোৱাৰ পিছতহে ভাৰতে টি-২০ বিশ্বকাপ খেলিবলৈ আমেৰিকালৈ যাব। ৫ জুনত প্ৰথমখন খেল। তাৰ আগতে বেছি সময় নাথাকিব। ফলত বিশ্বকাপৰ পূৰ্বে ভাৰতে মাত্ৰ এখন ৱাৰ্ম আপ মেচহে খেলিব পাৰিব। আন সময়ত কমেও দুখন ৱাৰ্ম আপ মেচ খেলে।

মাত্ৰ এখন ৱাৰ্ম আপ মেচ খেলাৰ কাৰণ জানিব পৰা হোৱা নাই। এটা ৱেবছাইটত দাবী কৰা হৈছে যে এই মেচখন নিউয়ৰ্কত হ’ব। বিশ্বকাপৰ আয়োজক আই চি চি আৰু ক্ৰিকেট ৱেষ্ট ইণ্ডিজে ভাৰতে ফ্ল’ৰিডাত ৱাৰ্ম আপ মেচ খেলাটো বিচাৰিছিল। কিন্তু আই পি এলৰ ভাগৰুৱা আৰু বিধ্বস্ত ক্ৰিকেটাৰসকলে কেৱল এখন মেচ খেলি পুনৰ ঘূৰি আহিবলৈ ফ্ল’ৰিডালৈ যাব বিচৰা নাছিল। গতিকে মেচখন নিউয়ৰ্কত অনুষ্ঠিত হৈছে।

কাৰ বিৰুদ্ধে কেতিয়া হ’ব মেচখন, এতিয়াও জানিব পৰা হোৱা নাই। আইচিচিৰ দাবী, শীঘ্ৰে এই সূচী প্ৰকাশ কৰা হ’ব। বাণিজ্যিক কাৰণত ভাৰতৰ ৱাৰ্ম আপ মেচবোৰ সদায় বেছি আগ্ৰহৰ বিষয়। এইবাৰো সেই সুযোগ হেৰুৱাব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ